Posts
প্ৰাইভেট জেট বিমানত কি কি হয়, এগৰাকী বিমান পৰিচাৰিকাই নিজৰ কিতাপত বিনাদ্বিধাই কৰিলে সকলো খোলোচা ।
- Get link
- X
- Other Apps
প্ৰাইভেট জেট বিমানত কি কি হয়, এগৰাকী বিমান পৰিচাৰিকাই নিজৰ কিতাপত বিনাদ্বিধাই কৰিলে সকলো খোলোচা। কোটি পতি সকলে সাধাৰণতে কৰবালৈ যাবলৈ হলে নিজৰ নিজৰ জেট বিমান ব্যৱহাৰ কৰে। যি জেট বিমান সমূহত থাকে সকলো ধৰণৰ সা-সুবিধা। কোটিপতি সকলে নিজৰ পৰিয়ালৰ সদস্যক উপহাৰ হিচাপেও প্ৰদান কৰে জেট বিমান। সেই জেট বিমানৰ ভিতৰতে কি কি হয় কি কি নহয় তাৰেই বিষয়ে বিনাদ্বিধাই সকলো খোলোচা কৰিলে এগৰাকী বিমান পৰিচাৰিকাই। নিজে লিখা কিতাপ এখনত অকপটে স্বীকাৰ কৰি গল জেট বিমানৰ অন্ধকাৰ কিছু ৰহস্যৰ বিষয়ে, যাৰ অংশিদাৰ বিমান পৰিচাৰিকা সমূহো আছিল। দা প্ৰাইভেট ফ্লাইট এটেনডেণ্ট(Secret of a Private Flight Attendant) নামৰ কিতাপখনত লেখিকাই নিজৰ দুই দশকৰ অভিজ্ঞতাৰ বিষযে লিখিছে । কিদৰে অধিক দৰমহা আৰু অধিক সুবিধা প্ৰদান কৰা এই জেট বিমানত চাকৰি কৰিছিল। কিন্তু তাৰ বিনিময়ত হেৰুৱাবলগা হৈছিল বহু কিবা কিবি। ৰাছিয়া, চৌডি আৰৱৰ যুৱৰাজ, আমেৰিকা, ব্ৰিটেইন আৰু জাৰ্মানি আদিৰ দৰে দেশৰ কোটি পতিয়ে ব্যৱহাৰ কৰা জেট বিমানত চলে বহু আপত্তিজনক কাম। বিমানৰ ভিচৰতে মুক্ত যৌনাচাৰাত লিপ্ত হয় কোটিপতি সকল। নিজৰ নিজৰ প্ৰেমিকা বা বান্ধৱীৰ সৈতি যদি কেতিয়াবা, ক...
৫ বিধ খাদ্য নিয়মিয়াকৈ গ্ৰ্হণ কৰি আপুনি আপোনাৰ বয়স বৃদ্বি কৰিব পাৰে ।
- Get link
- X
- Other Apps
আমি সকলোৱে এটা ক্থা জানো যে মানুহৰ বয়স ধৰি ৰাখিব পৰা নাযায়। কিন্তু ৫ বিধ বিশেষ খাদ্য নিয়মিয়াকৈ গ্ৰহণ কৰি আপোনি আপোনাৰ আয়ুস বৃদ্বি কৰিব পাৰে। এই ৫ বিধ বিশেষ খাদ্য হ'লঃ- ১)দৈঃ- দৈত প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু কেলচিয়াম থাকে। প্ৰটিনে আপোনাৰ মাংস পেশি গঠ্নত সহায় কৰে আৰু কেলচিয়ামে হাড় শক্তিশালী কৰে।দৈত কোটি কোটি এনে বেক্টেৰিয়া থাকে যি মানুহৰ হজম শক্তি বৃদ্বি কৰে আৰু হজম শক্তি ভাল হ'লে মানুহৰ বেমাৰ হোৱাৰ সম্বাৱনা কম থাকে । ২)গাজৰঃ- গাজৰ চকুৰ বাবে অত্যন্ত উপকাৰি ।ইয়াৰ নিয়মিত গ্ৰ্হণে আপোনাৰ চকুশাল সদায় ভাল কৰি ৰাখিব অৰু যদি দৃষ্টি শক্তি কম তেন্তে দৃষ্টি শক্তি বৃদ্বিত সহায় কৰে। গাজৰ ছাল আৰু দাতৰ বাবেও উপকাৰি । ৩)কমলা টেঙাঃ- কমলা টেঙা ৰক্ত সন্সালকৰ বাবে অত্যন্ত উপকাৰি ফল । ই শৰীৰৰ প্ৰত্যেক অংগত ৰক্ত সন্সালনত সহায় কৰে ।যাৰ বাবে শৰীৰৰ অংগ পতংগ বোৰ সুস্থ সবল হৈ থাকে ।কমলা হৃদযন্ত্ৰৰ বাবেও অত্যন্ত উপকাৰি । ৪)বিলাহীঃ- বিলাহিৰ ভিতৰত বহু ভিটামিন থাকে ।যেনে - ভিটামিন A আৰু ভিটামিন C। ভিটামিন C য়ে চালৰ উজ্জলতা বৃদ্বি কৰে আৰু ভিটামিন A দৃষ্টিশক্তিৰ বাবে অতি উপকাৰি । ৫)পালেং শাকঃ- এতিয়া...
বিধায়িনী দলৰ সভাত হিমন্ত বিশ্ব–সৰ্বানন্দ সোণোৱালক লৈ কি ক'লে কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে?
- Get link
- X
- Other Apps
মুখ্যমন্ত্ৰিকেন্দ্ৰিক চৰ্চাৰ অন্ত পেলাই বিধায়িনী দলৰ বৈঠকৰ সিদ্ধান্ত মৰ্মে বিধায়িনী দলপতি ৰূপে হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচিত হ'ল। ৰাষ্ট্ৰীয় অধ্যক্ষৰ নিৰ্দেশ আৰু নৱনিৰ্বাচিত বিধায়কৰ সন্মতিসাপেক্ষ এই সিদ্ধান্ত আছিল শ্বাসৰুদ্ধকৰ। এই সভাতে ভাগ লৈছিল কেন্দ্ৰৰো মন্ত্ৰী তথা জ্যেষ্ঠ নেতাই। উপস্থিত আছিল বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিং, কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰ আৰু বিজেপিৰ অসম প্ৰভাৰী বৈজয়ন্ত জয়পাণ্ডা। মুখ্যমন্ত্ৰীকেন্দ্ৰিক বিষয়টোত আৰম্ভণিৰে পৰা এক বিশেষ ভূমিকা পালন কৰি আহিছিল কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ সিং টোমাৰে। বিধায়িনী দলৰ সভাত নিজ ভাষণত কয়– 'শপত গ্ৰহণৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হ'ব ড০ হিমন্ত বিশ্ব শৰ্মা। সকলোৱে বহু দিনৰ পৰা কৰি থকা প্ৰতীক্ষাৰ অন্ত পৰিল। এই প্ৰক্ৰিয়া সমাপ্ত কৰাৰ বাবে সকলোকে ধন্যবাদ। বিগত বৰ্ষত মন্ত্ৰী হিচাপে কাম কৰি আছিল হিমন্ত বিশ্ব শৰ্মাই আৰু আজি মুখ্যমন্ত্ৰী হোৱাৰ সৌভাগ্য লাভ কৰিছে। মই এই কথা গৰ্বিত হৈ ক'ব পাৰোঁ যে বিগত পাছ বছৰত বিজেপিৰ কাম-কাজ অসমত দ্ৰুতগতিত ...
কৰ'ণাৰ পাছত চীনৰ বাবে পুনৰ ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে বিশ্ব ।
- Get link
- X
- Other Apps
কৰ'ণাৰ পাছত পুণৰ ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে বিশ্ব। যিকোনো মুহূৰ্তত পৃথিৱীৰ বুকুত সৰি পৰিব পাৰে চীনা ৰকেটৰ অংশ।মহাকাশত লং মাৰ্চ 5 বি ৰকেটৰ ওপৰত চীনে হেৰুৱাইছে নিয়ন্ত্ৰ্ণ । ২৯ এপ্ৰিলত চীনে উৎক্ষেপন কৰিছিল ২১ টন ওজনৰ ৰকেটটো ।নিয়ন্ত্ৰণ হেৰুৱা বাবে ভাঙি মহাকাশত বিয়পি পৰিছে ৰকেটটো । যিকোনো মুহূৰ্তত খহি পৰিব পাৰে ৰকেটটোৰ ১০০ ফুট দৈৰ্ঘৰ অংশ । পৃথিৱীৰ যিকোনো ঠাইত ৰকেটৰ টুকুৰাটো পৰিলে হ'ব পাৰে ভয়ংকৰ বিপদ । ১৮০০০ মাইল প্ৰ্তি ঘ্ন্টা বেগত পৃথিৱীৰ দিশে গতি কৰাৰ তথ্য । ৮ মে'ত পৃথিৱীৰ বায়ুমণ্ঢ্লত প্ৰৱেশ কৰাৰ আশ্ংকা ৰকেটৰ টোকোৰাটো । নিউয়ৰ্ক ;মাদ্ৰিছ ; বেইজিং ; চিলি; নিউজিলেনডত ক্ষতি কৰাৰ আশংকা ।
নিৰ্বাচনত পৰাজয় বৰন কৰি বিধায়িকা অঙুৰ লতাৰ ফেচবুকত আৱেগিক পোষ্ট ।
- Get link
- X
- Other Apps
নিৰ্বাচনত পৰাজয় বৰন কৰি বিধায়িকা অঙুৰ লতাৰ ফেচবুকত আৱেগিক পোষ্ট । গতানুগতিক ভাৱেই এইবাৰৰ বিধানসভা নিৰ্বাচন পাৰ হৈ গ'ল কিন্তু এই নিৰ্বাচনে জীৱনটোক উপলব্ধি কৰিব পৰাকৈ মোক বহু নতুন অভিজ্ঞতা দি গ'ল৷ প্ৰণিধানযোগ্য যে নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পৰা বৰ্তমানলৈকে বিগত দিন কেইটাত মোৰ শুভাকাংক্ষী, অনুৰাগী, পৰামৰ্শদাতা তথা অভিভাৱক, আলোচক, সমালোচক সকলৰ অভূতপূৰ্ব আঙুৰলতা কেন্দ্ৰীক চৰ্চা দেখি মই অভিভূত হৈছোঁ৷ ইমান ব্যাপক সঁহাৰি মই কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ৷ মোৰ বাবে অতিবাহিত কৰা তেওঁলোকৰ এই বহুমূলীয়া সময়বোৰ মোৰ বাবেও অত্যন্ত মূল্যবান হৈ পৰিছে৷ মোৰ জয় পৰাজয়ে যে গৰিষ্ঠ সংখ্যকৰ মন মগজুত ক্ৰিয়া কৰে সেইয়া মোৰ জীৱনৰ এক অনন্য উপলব্ধি৷ মোৰ এই উপলব্ধি বোৰ মোৰ দৃষ্টিত প্ৰাসংগিক৷ কাৰণ ২০১৬ চনত বটদ্ৰৱাৰ বিধায়িকা হিচাপে নিৰ্বাচিত হৈ বটদ্ৰৱাৰ ভূমি বেদখলমুক্ত কৰি তাত বটদ্ৰৱা প্ৰকল্প নিৰ্মাণৰ শুভাৰম্ভনি কৰাৰ বেলাও চচিয়েল মিডিয়াত ইমান মতামত( বৰ্তমানলৈকে ২০ হাজাৰৰ অধিক) আৰু চৰ্চা লাভ কৰা নাছিলোঁ যিমান আজিৰ নিৰ্বাচনী পৰাজয়ত লাভ কৰিছোঁ৷ ই গঠনমূলক ভাৱে মোৰ মনোবল আৰু সাহস যথেষ্ট বৃদ্ধি ...
ধূলি আৰু গৰমৰ বাবে চকুৰ পোৰণি হৈছে নেকি? ইয়াৰ কেইবাটাও ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে জানো আহক...
- Get link
- X
- Other Apps
চকু জ্বলা-পোৰাৰ ঘৰুৱা প্ৰতিকাৰ: বৰ্তমান গৰম ইয়াৰ চৰম সীমাত আছে। উজ্জ্বল সূৰ্যৰ পোহৰে কেতিয়াবা আমাৰ চকু ভাগৰুৱা কৰে আৰু চকুৰ জ্বলা-পোৰা কৰে (Burning Eyes)। তীব্ৰ সূৰ্যৰ পোহৰ, প্ৰদূষণ, গৰম বতাহে আমাৰ চকুত পোনপটীয়া প্ৰভাৱ পেলায়। তদুপৰি, ঘৰত ঘন্টাৰ পিছত ঘণ্টা লেপটপৰ সন্মুখত কাম কৰি থকা লোকসকলে এই সমস্যাটো দেখাটো সচৰাচৰ হয়। সূৰ্যৰ পোহৰ আৰু নীলা ৰশ্মিৰ ফলত চকুত অতি বেয়া প্ৰভাৱ পৰে যাৰ ফলত চকুত জ্বলা-পোৰা আৰু খজুৱতি হয়। কেতিয়াবা ই মূৰৰ বিষো সৃষ্টি কৰে আৰু আমাক ভাগৰুৱা অনুভৱ কৰায়। এই ক্ষেত্ৰত, আপোনাৰ চকুৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ। গতিকে ঘৰত থাকোঁতে আমাৰ চকুৰ জ্বলা-পোৰা প্ৰশমিত কৰিবলৈ কি ঘৰুৱা প্ৰতিকাৰ (Home Remedies) গ্ৰহণ কৰিব পাৰি জানো আহক। যদি চকুত তীব্ৰ জ্বলা-পোৰা হয়, কুহুমীয়া পানীৰে প্ৰথমে চকু ধুব। চকুৰ প্ৰদাহ আৰু শুস্কতা আৰোগ্য কৰিব পাৰি। আপুনি গোটেই দিনটোত কেইবাবাৰো চকুত গৰম সেক দিব পাৰে। ইয়াৰ বাবে, গৰম পানীত কাপোৰ এখন তিয়াই দিয়ক আৰু ইয়াক চেপি দিয়ক। ইয়াৰ পিছত চকু বন্ধ কৰি সেক দি থাকক। এইটো দিনত কেইবাবাৰো কৰিব। ৩. বেবী চেম্পু ব্যৱহাৰ কৰক কুহুমীয়া পানীত বেবী চেম্প...
কাইলৈৰ পৰা ৰাজ্যত কভিডৰ নতুন নিয়ম। কি কি পালন কৰিব লাগিব ৰাজ্যবাসীয়ে ?
- Get link
- X
- Other Apps
কাইলৈৰ পৰা ৰাজ্যত কভিডৰ নতুন নিয়ম। কি কি নিয়ম পালন কৰিব লাগিব ৰাজ্যবাসীয়ে ?প্ৰ্কাশ পালে নতুন নিৰ্দ্দেশনা । ৫ মে' ৰতিপুুৱা ৫ বজাৰ পৰা বলৱৎ নতুন নিৰ্দ্দেশনা । কি কি আছে নিৰ্দ্দেশনাতঃঃ ১)দূপৰীয়া ২ বজাৰ পিছত বন্ধ থাকিব সকলো ব্যৱসায় প্ৰতিষ্ঠান। ২)নাইট কাৰ্ফিউৰ ক্ষেত্ৰ্তো থাকিব বাধ্য বাদকতা;জৰুৰী সেৱাৰ বাদে বন্ধ থাকিব সকলো সেৱা । ২) কোনো ধৰণৰ সমাবেশ কৰিব নোৱাৰিব। ৩)বিৱাহপাহত ২০ জনতকৈ অধিক লোক থাকিব নোৱাৰিব । ৪) ধৰ্মীয় ঠাইত ৫ জনতকৈ অধিক লোকে সমাৱেশ কৰিব নোৱাৰিব । ৪) অন্তেস্তিক্ৰিয়াত ২০ জনতকৈ অধিক লোকে সমাৱেশ কৰিব নোৱাৰিব।
ৰশ্মিকা মন্দানা কিয় জনপ্ৰিয় ?
- Get link
- X
- Other Apps
ক্ৰিকেট অনুৰাগীসকলৰ উচাহ আই পি এল ২০২১ৰ বাবে পূৰ্ণ গতিত আছে। অৱশ্যে, চলচ্চিত্ৰ তাৰকাসকল সাধাৰণ দৰ্শকৰ দৰে প্ৰতিযোগিতাখনক লৈ বিচলিত নহয়। দক্ষিণ ভাৰতৰ বিখ্যাত অভিনেত্ৰী ৰশ্মিকা মন্দানাও এটা দলৰ অনুৰাগী যাৰ লাখ লাখ অনুৰাগী আছে। ? ২৫ বছৰীয়া ৰশ্মিকা মন্দানা দক্ষিণ ভাৰতৰ উপৰিও উত্তৰ ভাৰতত অতি জনপ্ৰিয়। ৰশ্মিকাই কানাড়া, তামিল আৰু তেলেগু চলচ্চিত্ৰত অভিনয় কৰিছে। ৰশ্মিকাই ২০১৮ চনত চলো চলচ্চিত্ৰৰ যোগেদি তেলেগু চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল। চুলতান' তেওঁৰ প্ৰথম তামিল চলচ্চিত্ৰ। এতিয়ালৈকে, ৰশ্মিকাৰ ১০ খনতকৈও অধিক চলচ্চিত্ৰ মুক্তি পাইছে। চলচ্চিত্ৰৰ সফলতা আৰু প্ৰতিভাৰে ৰশ্মিকাই জনসাধাৰণৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছে। যেতিয়া ৰশ্মিকা মন্দানাই ইনষ্টাগ্ৰাম লাইভ চেছনত গৈছিল, তেওঁৰ এজন অনুৰাগীয়ে সুধিছিল যে তেওঁৰ প্ৰিয় আই পি এল দল কোনটো। অভিনেত্ৰীগৰাকীয়ে কানাড়া ভাষাত উত্তৰ দিছিল, 'ই ছালা কাপ নামদে', যাৰ অৰ্থ হৈছে 'এই বছৰ কাপটো আমাৰ হ'ব।' অনুৰাগীসকলে বুজি পাইছিল যে ৰশ্মিকাই বিৰাট কোহলীৰ আৰচিবি দলৰ বিষয়ে কৈছে।
পেট্ৰ'ল-ডিজেল-গেছ নালাগে, চাৰ্জ দিলে চলিব মাৰুতি Swift , এবাৰ চাৰ্জ দিলে চলিব ২৫০ কিলোমিটাৰ পৰ্যন্ত ...!
- Get link
- X
- Other Apps
বৈদ্যুতিক গাড়ী খণ্ডটো ভাৰতীয় বজাৰত যথেষ্ট দ্ৰুতগতিত জনপ্ৰিয় হৈ উঠিছে। এই শাখাত, ষ্টাৰ্টআপ কোম্পানীৰ পৰা স্থানীয় স্তৰলৈ বাহনবোৰ বৈদ্যুতিক কিটৰ দ্বাৰা সংশোধন কৰা হৈছে। নৰ্থৱে মটৰস্পোৰ্টৰ দ্বাৰা নিয়মীয়া মাৰুতি ডিজিয়েৰ চেডান বৈদ্যুতিকৰণৰ দ্বাৰা একে ধৰণৰ সংশোধন কৰা হৈছে। নৰ্থৱে মটৰস্পোৰ্টে বৈদ্যুতিক বাহনৰ অংশ আৰু উপাদান বিক্ৰী কৰে। মাৰুতি চুজুকিৰ মালিক হেমন্ত দাভাৰে কৈছিল যে ছুইফ্টৰ বৈদ্যুতিক প্ৰকাৰটো এনেদৰে সংশোধন কৰা হৈছে। যিগাড়ীৰ ড্ৰাইভিং ষ্টাইল আৰু শক্তি প্ৰভাৱিত নকৰে। গাড়ীখন বৰ্তমানৰ পেট্ৰ'ল আৰু ডিজেল প্ৰকাৰৰ দৰে শক্তিশালী হ'ব। চুইফ্ট কেনেদৰে বৈদ্যুতিক কৰিব - কোম্পানীটোৱে এই চেডান গাড়ীখনত ৰূপান্তৰ বৈদ্যুতিক কিট ব্যৱহাৰ কৰি নৰ্থৱে মটৰস্পোৰ্ট দেখুওৱা গাড়ীখনৰ এটা ভিডিঅ' আপলোড কৰিছে। এই ভিডিঅ'টোত, কোম্পানীটোৱে এই গাড়ীখন এখন অ-বৈদ্যুতিক গাড়ীৰ পৰা বৈদ্যুতিক গাড়ীলৈ ৰূপান্তৰ কৰিছে। ইয়াত বিশেষত্ববোৰ আছে - কোম্পানীটোৱে এই বৈদ্যুতিক গাড়ীখনত এখন বাহন নিয়ন্ত্ৰণ গোট (ভিচিইউ) যোগ দিছে। ই গাড়ীখনক ইয়াৰ বিদ্যমান প্ৰণালী যেনে ষ্টিয়েৰিং নিয়ন্ত্ৰণ, ত্বৰণ পেডেল, এচি প্ৰ...
অতি সুখবৰ ভাৰতীয় ষ্টেট বেংকত ৫.২৩৭ টা নতুন পদ মুকলি ।
- Get link
- X
- Other Apps
SBI Junior Associate Recruitment 2021 : Apply Online for 5237 Clerk Vacancy State Bank of India Recruitment 2021 Last Date : 17-05-2021 State Bank of India (SBI) has released the official notification for the recruitment of 5237 Junior Associate (Customer support and Sales) vacancy in clerical cadre in State Bank of India. Name of Posts : Junior Associate (Customer support and Sales) No of Posts : 5237 [ North eastern states : 275] Pay Scale : Rs. 17,900 - 1000/3-20900-1230/3-24590-1490/4-30550-1730/7-42600-3270/1-45930-1990/1-47920. The starting Basic Pay is Rs. 29,900/- (Rs.17,900/- plus two advance increments admissible to graduates Age Relaxation : The upper age limit is relaxable by 5 years for SC/ST candidates, 3 years for OBC candidates and 10 years for PWD candidates. Educational Qualification : Graduation in any discipline from a recognised university or any equivalent qualification recognised as such by Central Government. ...
অক্সিজেনৰ অভাৱত দিল্লীত ২৫ জন ক'ৰোনা ৰোগীৰ মৃত্যু l
- Get link
- X
- Other Apps
২৫ এপ্ৰিলঃডাঙৰ কোন জীৱন নে প্ৰ্ট'কল ? দিল্লীবাসীৰ জীৱনক আগস্থান দিবলৈ গৈ প্ৰ্ধানমন্ত্ৰীৰ সন্মুখত প্ৰ'টকল ভ্ংগ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী আৰবিন্দ কেজৰিৱালে|দিল্লীৰ হাস্পাতালে হাস্পাতালে অক্সিজেনৰ যি ভয়ংকৰ নাাটনি হৈছে সেই কথা শুকুৰ বাৰে প্ৰ্ধানমন্ত্ৰীক অৱগত কৰাৰ মুহূৰ্তত কথাখিনি লাইভ কৰি প্ৰধানমন্ত্ৰীৰ ৰোষত পৰিছিল অৰবিন্দ কেজৰিৱাল |অৱশেষত ক্ষমাও খুজিব লগা হৈছিল দিল্লিৰ মুখ্যমন্ত্ৰী জনৰ | কিন্তু প্ৰ'টকলৰ সন্মুখত জীৱনে হাৰ মানিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অৰু দিল্লীৰ মুখ্যমন্ত্ৰী আৰবিন্দ কেজৰিৱালৰ এই virtual বৈঠকৰ পিছতে শুকুৰবাৰে নিশা দিল্লীৰ জয়পুৰ গ'ল্ডেন হাস্পাতালত ঘটিল কৰোন ঘটনা।অক্সিজেনৰ অভাৱত ২৫ জন ক'ৰোনা ৰোগীৰ মৃত্যু হয় হাস্পাতাল খ্নত ।অক্সিজেনৰ নাটনিৰ কথা চৰকাৰক বাৰম্বাৰ অৱগত কৰাৰ পাছতো সময়মতে নাহিল হাস্পাতাল খনলৈ পৰ্যাপ্ত অক্সিজেন।দিল্লীৰ চৰকাৰে অক্সিজেনৰ কথা কেন্দ্ৰ্ক বাৰম্বাৰ জনাইছে যদিও চুবুৰিয়া ৰাজ্যৰ অসহযোগিতা আৰু ক'ৰোনা ৰোগীৰ স্ংখ্যা ভয়াৱহ হাৰত বৃদ্দ্বি পোৱাত দিল্লীৰ হাস্পাতালত সৃষ্টি হৈছে অপূৰণীয় পৰিস্তিতিৰ।এফালে অক্সিজেনৰ নাটনি আৰু আনফালে বিচ...
বিয়া নিদিয়ালৈকে অব্যাহত থাকিব প্ৰতিবাদঃ প্ৰেমিকাৰ ঘৰৰ সম্মুখত প্ৰেমিকৰ ধৰ্ণা…
- Get link
- X
- Other Apps
প্ৰেমিকাই প্ৰেম প্ৰত্যাহাৰ কৰাৰ লগতে প্ৰেমিকাৰ পৰিয়ালে বিয়া দিয়াত অমান্তি হোৱা ঘটনাক কেন্দ্ৰ কৰি মানকাচৰৰ প্ৰেমিক এজনে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মহেন্দ্ৰগঞ্জস্থিত প্ৰেমিকাৰ ঘৰৰ সম্মুখত ধৰ্ণা দিয়া ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে যুৱক জনক আটক কৰিবলগীয়া হয়। উল্লেখযোগ্য যে মানকাচৰ থানা এলেকাৰ চক বজাৰৰ জ্যোতিষ ঘোষৰ পুত্র বাপ্পা ঘোষ আজি দুপৰীয়া মানকাচৰৰ কামাখ্যা মন্দিৰত পূজা অৰ্চনা কৰি এখন মটৰ চাইকেল যোগে প্ৰায় ৪৫ কিলোমিটাৰ নিলগত থকা মেঘালয়ৰ আমপাতি থানা এলেকাৰ মহেন্দ্ৰগঞ্জত উপস্থিত হয়। দিনৰ প্ৰায় ২ বজাত যুৱক জন মহেন্দ্ৰগঞ্জস্থিত প্ৰেমিকাৰ ঘৰৰ সম্মুখত হাতত প্লেকাৰ্ড লৈ ন্যায় বিচাৰি ধৰ্ণাত বহে।
লকডাউনত কাম হেৰুৱাই যৌন কৰ্মী হৈ পৰিল স্বামী! পত্নীয়ে গম পাই কৰিলে এই কাম…
- Get link
- X
- Other Apps
১৬ এপ্ৰিল ঃ লকডাউনে মানুহৰ জীৱিকাৰ পথ সলনি কৰিছে। কিন্তু লকডাউনত চাকৰি হেৰুৱাই বেংগালুৰুৰ এজন যুৱকে নিজৰ কেৰিয়াৰ সলনি কৰি যৌন কৰ্মী হ’বলৈ বাধ্য হয়। বিপিঅ’ত কাম কৰা এই যুৱকে লকডাউনৰ সময়ত চাকৰি হেৰুৱাইছিল আৰু যৌন কৰ্মীৰ বৃত্তি বাছনি কৰিছিল। তেওঁ নিজকে কেইদিনমানৰ বাবে পত্নীৰ পৰা লুকুৱাই ৰাখিছিল কিন্তু অৱশেষত ধৰা পৰিছিল। যুৱকজনে লকডাউনত চাকৰি হেৰুৱালে। তেওঁ কেইমাহমানৰ বাবে বিভিন্ন স্থানত চাকৰি বিচাৰি আছিল যদিও অৱশেষত তেওঁ পুৰুষ যৌন কৰ্মী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। যাৰ বিষয়ে তেওঁ পত্নীৰ পৰা লুকুৱাই ৰাখিছিল। মহিলাগৰাকীয়ে লক্ষ্য কৰিছিল যে স্বামীয়ে দীৰ্ঘদিন ধৰি তেওঁৰ ম’বাইল বা লেপটপত লগ ইন কৰি ৰাখিছিল। আনকি সুধিলেও, কোনো শুদ্ধ উত্তৰ দিয়া নাছিল। ইয়াৰোপৰি তেওঁ ক’লৈ গৈছিল, কিয় গৈছিল তাৰ বিষয়েও পত্নীক কোনো কথায়ে কোৱাৰ পৰা বিৰত আছিল। অৱশেষত মহিলাগৰাকীয়ে ভায়েকৰ সৈতে লগ হৈ স্বামীৰ লেপটপ খুলি চাই অবাক হৈ পৰিছিল। গোপন ফ’ল্ডাৰত,স্বামীক কেইবাগৰাকীও অজ্ঞাত মহিলাৰ সৈতে আপত্তিজনক অৱস্থাত দেখা পাইছিল। যাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে। প্ৰথম অৱস্থাত স্বামীয়ে বিষয়টো অস্বীকাৰ কৰিছিল কিন্তু পিছত এই সকলো...
Men T Shirt Selling
- Get link
- X
- Other Apps
*VALUE FOR MONEY* Order now *100% COTTON STUFF WITH EACHABILITY* *DONT COMPAIR WITH CHEAP ONES* *SOFT FABRIC AND BEST FOR SUMMERS* BRAND *TOMMY HILFIGER* *STORE ARTICLE 2021* *PURE COTTON LYCRA* *PERFECT SLIM FIT SIZE* *COTTON LYCRA FABRIC* *HALF SELEVE* *HEAVY GSM* *BEST FOR PERSONAL USE* By *Mr_A* *NAME OF QUALITY* *NAME OF TRUST* *NAME OF PERFECTION* *IN SHORT MR_A PRODUCTS* Colour *2* *BLACK GREEN * *(same as in pics)* Size *M36-38 L38-40 XL40-42* *STREACHABLE SIZE* PRICE FOR SINGLE *399+$* PRICE FOR COMBO OF 2 *779+$* 💼💼💼💼💼💼💼💼💼💼 *NEW STYLE BEGGIN* 80$ Shipping will be adjustable On bulk order
Political Questions Answer
- Get link
- X
- Other Apps
Q. Disscuss the parliamentary procedure of India . Ans. __________________ LAW MAKING PROCEDURE IN INDIAN PARLIAMENT ACKNOLADGEMENT : *contents *Introduciton :The laws of India are made by the union government for the whole country and by the state governments for their respective states as well as by local municipal councils and districts. ...