৫ বিধ খাদ্য নিয়মিয়াকৈ গ্ৰ্হণ কৰি আপুনি আপোনাৰ বয়স বৃদ্বি কৰিব পাৰে ।

 আমি সকলোৱে এটা ক্থা জানো যে মানুহৰ বয়স ধৰি ৰাখিব পৰা নাযায়। কিন্তু ৫ বিধ বিশেষ খাদ্য নিয়মিয়াকৈ গ্ৰহণ কৰি আপোনি আপোনাৰ আয়ুস বৃদ্বি কৰিব পাৰে।







এই ৫ বিধ বিশেষ খাদ্য হ'লঃ-

১)দৈঃ-  দৈত প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু কেলচিয়াম থাকে। প্ৰটিনে আপোনাৰ মাংস পেশি গঠ্নত সহায় কৰে আৰু কেলচিয়ামে হাড় শক্তিশালী কৰে।দৈত কোটি কোটি এনে বেক্টেৰিয়া থাকে যি মানুহৰ হজম শক্তি বৃদ্বি কৰে আৰু হজম শক্তি ভাল হ'লে  মানুহৰ বেমাৰ হোৱাৰ সম্বাৱনা কম থাকে ।

২)গাজৰঃ- গাজৰ চকুৰ বাবে অত্যন্ত উপকাৰি ।ইয়াৰ নিয়মিত গ্ৰ্হণে আপোনাৰ চকুশাল  সদায় ভাল কৰি ৰাখিব অৰু যদি দৃষ্টি শক্তি কম তেন্তে দৃষ্টি শক্তি বৃদ্বিত সহায় কৰে। গাজৰ ছাল আৰু দাতৰ বাবেও উপকাৰি ।

৩)কমলা টেঙাঃ- কমলা টেঙা ৰক্ত সন্সালকৰ বাবে অত্যন্ত উপকাৰি ফল । ই শৰীৰৰ প্ৰত্যেক অংগত ৰক্ত সন্সালনত সহায় কৰে ।যাৰ বাবে শৰীৰৰ অংগ পতংগ বোৰ সুস্থ সবল হৈ থাকে ।কমলা হৃদযন্ত্ৰৰ বাবেও অত্যন্ত উপকাৰি ।

৪)বিলাহীঃ- বিলাহিৰ ভিতৰত বহু ভিটামিন থাকে ।যেনে - ভিটামিন A আৰু ভিটামিন C। ভিটামিন C য়ে চালৰ উজ্জলতা বৃদ্বি কৰে আৰু ভিটামিন A দৃষ্টিশক্তিৰ বাবে অতি উপকাৰি ।

৫)পালেং শাকঃ- এতিয়ালৈ যিমান খিনি খাদ্যৰ কথা কোৱা হ'ল তাৰ তুলনাত পালেং শাক কিচু বিশেষ ।পালেং শাক যিসমুহ  পুষ্টিকৰ খাদ্য আছে তাৰ ভিতৰত অন্যতম।গাজৰৰ নিচিনাকৈ পালেং শাকো চকুৰ বাবে অতি প্ৰয়োজনীয় ।পালেংত ভিটামিন K থাকে যি হাড় মজবুত কৰাত সহায় কৰে।ই হাই ব্লাড প্ৰেচাৰো নিয়ন্ত্ৰ্ণ কৰে ।পালেংত জিংক আৰু মেগনেচিয়াম থাকে যিয়ে শৰীৰৰ অৱহাদ দূৰ কৰে আৰু টোপনি বৃদ্বি কৰে ।পালেঙে মগজু সবল কৰে অৰু স্মৃতি শক্তিও বৃদ্বি কৰে।

Comments

Popular posts from this blog

মাত্ৰ ২০০ টকাত লাভ কৰক গেছ sylinder |

Men T Shirt Selling