কৰ'ণাৰ পাছত চীনৰ বাবে পুনৰ ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে বিশ্ব ।
কৰ'ণাৰ পাছত পুণৰ ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে বিশ্ব।
যিকোনো মুহূৰ্তত পৃথিৱীৰ বুকুত সৰি পৰিব পাৰে
চীনা ৰকেটৰ অংশ।মহাকাশত লং মাৰ্চ 5 বি ৰকেটৰ ওপৰত চীনে হেৰুৱাইছে নিয়ন্ত্ৰ্ণ । ২৯ এপ্ৰিলত চীনে উৎক্ষেপন কৰিছিল ২১ টন ওজনৰ ৰকেটটো ।নিয়ন্ত্ৰণ হেৰুৱা বাবে ভাঙি মহাকাশত বিয়পি পৰিছে ৰকেটটো । যিকোনো মুহূৰ্তত খহি পৰিব পাৰে ৰকেটটোৰ ১০০ ফুট দৈৰ্ঘৰ অংশ । পৃথিৱীৰ যিকোনো ঠাইত ৰকেটৰ টুকুৰাটো পৰিলে হ'ব পাৰে ভয়ংকৰ বিপদ । ১৮০০০ মাইল প্ৰ্তি ঘ্ন্টা বেগত পৃথিৱীৰ দিশে গতি কৰাৰ তথ্য । ৮ মে'ত পৃথিৱীৰ বায়ুমণ্ঢ্লত প্ৰৱেশ কৰাৰ আশ্ংকা ৰকেটৰ টোকোৰাটো । নিউয়ৰ্ক ;মাদ্ৰিছ ; বেইজিং ; চিলি;
নিউজিলেনডত ক্ষতি কৰাৰ আশংকা ।
Comments