কাইলৈৰ পৰা ৰাজ্যত কভিডৰ নতুন নিয়ম। কি কি পালন কৰিব লাগিব ৰাজ্যবাসীয়ে ?

 কাইলৈৰ পৰা ৰাজ্যত কভিডৰ  নতুন নিয়ম। কি কি নিয়ম পালন কৰিব লাগিব ৰাজ্যবাসীয়ে ?প্ৰ্কাশ পালে নতুন নিৰ্দ্দেশনা ।

 ৫  মে' ৰতিপুুৱা ৫ বজাৰ পৰা বলৱৎ নতুন নিৰ্দ্দেশনা  ।
কি কি আছে নিৰ্দ্দেশনাতঃঃ
  
১)দূপৰীয়া ২ বজাৰ পিছত বন্ধ থাকিব সকলো ব্যৱসায় প্ৰতিষ্ঠান।
২)নাইট কাৰ্ফিউৰ ক্ষেত্ৰ্তো থাকিব বাধ্য বাদকতা;জৰুৰী সেৱাৰ বাদে বন্ধ থাকিব সকলো সেৱা ।
২) কোনো ধৰণৰ সমাবেশ কৰিব নোৱাৰিব।
৩)বিৱাহপাহত ২০ জনতকৈ অধিক লোক থাকিব নোৱাৰিব ।
৪) ধৰ্মীয় ঠাইত ৫ জনতকৈ অধিক লোকে সমাৱেশ কৰিব নোৱাৰিব ।
৪) অন্তেস্তিক্ৰিয়াত ২০ জনতকৈ অধিক লোকে সমাৱেশ কৰিব নোৱাৰিব। 

Comments

Popular posts from this blog

অক্সিজেনৰ অভাৱত দিল্লীত ২৫ জন ক'ৰোনা ৰোগীৰ মৃত্যু l

Men T Shirt Selling

নিৰ্বাচনত পৰাজয় বৰন কৰি বিধায়িকা অঙুৰ লতাৰ ফেচবুকত আৱেগিক পোষ্ট ।