Contact us Get link Facebook X Pinterest Email Other Apps Contact information Whatsapp. 6000372198Call. 8099726770Contact time. Everyday morning 8 am to 9 pmMail. ansarulislam9707@gmail.com Get link Facebook X Pinterest Email Other Apps Comments
নিৰ্বাচনত পৰাজয় বৰন কৰি বিধায়িকা অঙুৰ লতাৰ ফেচবুকত আৱেগিক পোষ্ট । নিৰ্বাচনত পৰাজয় বৰন কৰি বিধায়িকা অঙুৰ লতাৰ ফেচবুকত আৱেগিক পোষ্ট । গতানুগতিক ভাৱেই এইবাৰৰ বিধানসভা নিৰ্বাচন পাৰ হৈ গ'ল কিন্তু এই নিৰ্বাচনে জীৱনটোক উপলব্ধি কৰিব পৰাকৈ মোক বহু নতুন অভিজ্ঞতা দি গ'ল৷ প্ৰণিধানযোগ্য যে নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পৰা বৰ্তমানলৈকে বিগত দিন কেইটাত মোৰ শুভাকাংক্ষী, অনুৰাগী, পৰামৰ্শদাতা তথা অভিভাৱক, আলোচক, সমালোচক সকলৰ অভূতপূৰ্ব আঙুৰলতা কেন্দ্ৰীক চৰ্চা দেখি মই অভিভূত হৈছোঁ৷ ইমান ব্যাপক সঁহাৰি মই কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ৷ মোৰ বাবে অতিবাহিত কৰা তেওঁলোকৰ এই বহুমূলীয়া সময়বোৰ মোৰ বাবেও অত্যন্ত মূল্যবান হৈ পৰিছে৷ মোৰ জয় পৰাজয়ে যে গৰিষ্ঠ সংখ্যকৰ মন মগজুত ক্ৰিয়া কৰে সেইয়া মোৰ জীৱনৰ এক অনন্য উপলব্ধি৷ মোৰ এই উপলব্ধি বোৰ মোৰ দৃষ্টিত প্ৰাসংগিক৷ কাৰণ ২০১৬ চনত বটদ্ৰৱাৰ বিধায়িকা হিচাপে নিৰ্বাচিত হৈ বটদ্ৰৱাৰ ভূমি বেদখলমুক্ত কৰি তাত বটদ্ৰৱা প্ৰকল্প নিৰ্মাণৰ শুভাৰম্ভনি কৰাৰ বেলাও চচিয়েল মিডিয়াত ইমান মতামত( বৰ্তমানলৈকে ২০ হাজাৰৰ অধিক) আৰু চৰ্চা লাভ কৰা নাছিলোঁ যিমান আজিৰ নিৰ্বাচনী পৰাজয়ত লাভ কৰিছোঁ৷ ই গঠনমূলক ভাৱে মোৰ মনোবল আৰু সাহস যথেষ্ট বৃদ্ধি ... Read more
ৰশ্মিকা মন্দানা কিয় জনপ্ৰিয় ? ক্ৰিকেট অনুৰাগীসকলৰ উচাহ আই পি এল ২০২১ৰ বাবে পূৰ্ণ গতিত আছে। অৱশ্যে, চলচ্চিত্ৰ তাৰকাসকল সাধাৰণ দৰ্শকৰ দৰে প্ৰতিযোগিতাখনক লৈ বিচলিত নহয়। দক্ষিণ ভাৰতৰ বিখ্যাত অভিনেত্ৰী ৰশ্মিকা মন্দানাও এটা দলৰ অনুৰাগী যাৰ লাখ লাখ অনুৰাগী আছে। ? ২৫ বছৰীয়া ৰশ্মিকা মন্দানা দক্ষিণ ভাৰতৰ উপৰিও উত্তৰ ভাৰতত অতি জনপ্ৰিয়। ৰশ্মিকাই কানাড়া, তামিল আৰু তেলেগু চলচ্চিত্ৰত অভিনয় কৰিছে। ৰশ্মিকাই ২০১৮ চনত চলো চলচ্চিত্ৰৰ যোগেদি তেলেগু চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল। চুলতান' তেওঁৰ প্ৰথম তামিল চলচ্চিত্ৰ। এতিয়ালৈকে, ৰশ্মিকাৰ ১০ খনতকৈও অধিক চলচ্চিত্ৰ মুক্তি পাইছে। চলচ্চিত্ৰৰ সফলতা আৰু প্ৰতিভাৰে ৰশ্মিকাই জনসাধাৰণৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছে। যেতিয়া ৰশ্মিকা মন্দানাই ইনষ্টাগ্ৰাম লাইভ চেছনত গৈছিল, তেওঁৰ এজন অনুৰাগীয়ে সুধিছিল যে তেওঁৰ প্ৰিয় আই পি এল দল কোনটো। অভিনেত্ৰীগৰাকীয়ে কানাড়া ভাষাত উত্তৰ দিছিল, 'ই ছালা কাপ নামদে', যাৰ অৰ্থ হৈছে 'এই বছৰ কাপটো আমাৰ হ'ব।' অনুৰাগীসকলে বুজি পাইছিল যে ৰশ্মিকাই বিৰাট কোহলীৰ আৰচিবি দলৰ বিষয়ে কৈছে। Read more
Comments