প্ৰাইভেট জেট বিমানত কি কি হয়, এগৰাকী বিমান পৰিচাৰিকাই নিজৰ কিতাপত বিনাদ্বিধাই কৰিলে সকলো খোলোচা ।

 প্ৰাইভেট জেট বিমানত কি কি হয়, এগৰাকী বিমান পৰিচাৰিকাই নিজৰ কিতাপত বিনাদ্বিধাই কৰিলে সকলো খোলোচা।

কোটি পতি সকলে সাধাৰণতে কৰবালৈ যাবলৈ হলে নিজৰ নিজৰ জেট বিমান ব্যৱহাৰ কৰে। যি জেট বিমান সমূহত থাকে সকলো ধৰণৰ সা-সুবিধা। কোটিপতি সকলে নিজৰ পৰিয়ালৰ সদস্যক উপহাৰ হিচাপেও প্ৰদান কৰে জেট বিমান।

সেই জেট বিমানৰ ভিতৰতে কি কি হয় কি কি নহয় তাৰেই বিষয়ে বিনাদ্বিধাই সকলো খোলোচা কৰিলে এগৰাকী বিমান পৰিচাৰিকাই। নিজে লিখা কিতাপ এখনত অকপটে স্বীকাৰ কৰি গল জেট বিমানৰ অন্ধকাৰ কিছু ৰহস্যৰ বিষয়ে, যাৰ অংশিদাৰ বিমান পৰিচাৰিকা সমূহো আছিল।

দা প্ৰাইভেট ফ্লাইট এটেনডেণ্ট(Secret of a Private Flight Attendant) নামৰ কিতাপখনত লেখিকাই নিজৰ দুই দশকৰ অভিজ্ঞতাৰ বিষযে লিখিছে । কিদৰে অধিক দৰমহা আৰু অধিক সুবিধা প্ৰদান কৰা এই জেট বিমানত চাকৰি কৰিছিল। কিন্তু তাৰ বিনিময়ত হেৰুৱাবলগা হৈছিল বহু কিবা কিবি।

ৰাছিয়া, চৌডি আৰৱৰ যুৱৰাজ, আমেৰিকা, ব্ৰিটেইন আৰু জাৰ্মানি আদিৰ দৰে দেশৰ কোটি পতিয়ে ব্যৱহাৰ কৰা জেট বিমানত চলে বহু আপত্তিজনক কাম। বিমানৰ ভিচৰতে মুক্ত যৌনাচাৰাত লিপ্ত হয় কোটিপতি সকল। নিজৰ নিজৰ প্ৰেমিকা বা বান্ধৱীৰ সৈতি যদি কেতিয়াবা, কেতিয়াবা আকৌ সুন্দৰি বিমান পৰিচাৰিকাকেই বিচাৰে কাষত।

যাৰ বাবে চাকৰিত যোগদান কৰাৰ সময়তে মোটা মাহিলী ধনৰ বিনিময়ত কেইবাটাও গোপন চুক্তিত স্বাক্ষৰ কৰায় বিমান পৰিচাৰিকাক। যদিহে কোনো নিয়মৰ অবাধ্য হয় , তেন্তে চাকৰি কাঢ়ি লোৱাৰো ভয় দেখুৱাই পৰিচাৰিকা সকলক।

মান্তি হলে দৰমহাৰ বাহিৰে প্ৰতিদিনে ৪৫০ ডলাৰৰ লগতে ১২৫ ডলাৰ হাত খৰচৰ বাবেও প্ৰদান কৰা হয়। লগতে প্ৰতিমাহেই ব্যক্তিগত জেট বিমানৰ সকলো বিমান পৰিচাৰিকাৰেই এইডছ টেষ্টো কৰোৱা হয়।

Comments

Popular posts from this blog

অক্সিজেনৰ অভাৱত দিল্লীত ২৫ জন ক'ৰোনা ৰোগীৰ মৃত্যু l

Men T Shirt Selling

নিৰ্বাচনত পৰাজয় বৰন কৰি বিধায়িকা অঙুৰ লতাৰ ফেচবুকত আৱেগিক পোষ্ট ।