Posts

প্ৰাইভেট জেট বিমানত কি কি হয়, এগৰাকী বিমান পৰিচাৰিকাই নিজৰ কিতাপত বিনাদ্বিধাই কৰিলে সকলো খোলোচা ।

Image
  প্ৰাইভেট জেট বিমানত কি কি হয়, এগৰাকী বিমান পৰিচাৰিকাই নিজৰ কিতাপত বিনাদ্বিধাই কৰিলে সকলো খোলোচা। কোটি পতি সকলে সাধাৰণতে কৰবালৈ যাবলৈ হলে নিজৰ নিজৰ জেট বিমান ব্যৱহাৰ কৰে। যি জেট বিমান সমূহত থাকে সকলো ধৰণৰ সা-সুবিধা। কোটিপতি সকলে নিজৰ পৰিয়ালৰ সদস্যক উপহাৰ হিচাপেও প্ৰদান কৰে জেট বিমান। সেই জেট বিমানৰ ভিতৰতে কি কি হয় কি কি নহয় তাৰেই বিষয়ে বিনাদ্বিধাই সকলো খোলোচা কৰিলে এগৰাকী বিমান পৰিচাৰিকাই। নিজে লিখা কিতাপ এখনত অকপটে স্বীকাৰ কৰি গল জেট বিমানৰ অন্ধকাৰ কিছু ৰহস্যৰ বিষয়ে, যাৰ অংশিদাৰ বিমান পৰিচাৰিকা সমূহো আছিল। দা প্ৰাইভেট ফ্লাইট এটেনডেণ্ট(Secret of a Private Flight Attendant) নামৰ কিতাপখনত লেখিকাই নিজৰ দুই দশকৰ অভিজ্ঞতাৰ বিষযে লিখিছে । কিদৰে অধিক দৰমহা আৰু অধিক সুবিধা প্ৰদান কৰা এই জেট বিমানত চাকৰি কৰিছিল। কিন্তু তাৰ বিনিময়ত হেৰুৱাবলগা হৈছিল বহু কিবা কিবি। ৰাছিয়া, চৌডি আৰৱৰ যুৱৰাজ, আমেৰিকা, ব্ৰিটেইন আৰু জাৰ্মানি আদিৰ দৰে দেশৰ কোটি পতিয়ে ব্যৱহাৰ কৰা জেট বিমানত চলে বহু আপত্তিজনক কাম। বিমানৰ ভিচৰতে মুক্ত যৌনাচাৰাত লিপ্ত হয় কোটিপতি সকল। নিজৰ নিজৰ প্ৰেমিকা বা বান্ধৱীৰ সৈতি যদি কেতিয়াবা, ক...

৫ বিধ খাদ্য নিয়মিয়াকৈ গ্ৰ্হণ কৰি আপুনি আপোনাৰ বয়স বৃদ্বি কৰিব পাৰে ।

Image
 আমি সকলোৱে এটা ক্থা জানো যে মানুহৰ বয়স ধৰি ৰাখিব পৰা নাযায়। কিন্তু ৫ বিধ বিশেষ খাদ্য নিয়মিয়াকৈ গ্ৰহণ কৰি আপোনি আপোনাৰ আয়ুস বৃদ্বি কৰিব পাৰে। এই ৫ বিধ বিশেষ খাদ্য হ'লঃ- ১)দৈঃ-  দৈত প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু কেলচিয়াম থাকে। প্ৰটিনে আপোনাৰ মাংস পেশি গঠ্নত সহায় কৰে আৰু কেলচিয়ামে হাড় শক্তিশালী কৰে।দৈত কোটি কোটি এনে বেক্টেৰিয়া থাকে যি মানুহৰ হজম শক্তি বৃদ্বি কৰে আৰু হজম শক্তি ভাল হ'লে  মানুহৰ বেমাৰ হোৱাৰ সম্বাৱনা কম থাকে । ২)গাজৰঃ- গাজৰ চকুৰ বাবে অত্যন্ত উপকাৰি ।ইয়াৰ নিয়মিত গ্ৰ্হণে আপোনাৰ চকুশাল  সদায় ভাল কৰি ৰাখিব অৰু যদি দৃষ্টি শক্তি কম তেন্তে দৃষ্টি শক্তি বৃদ্বিত সহায় কৰে। গাজৰ ছাল আৰু দাতৰ বাবেও উপকাৰি । ৩)কমলা টেঙাঃ- কমলা টেঙা ৰক্ত সন্সালকৰ বাবে অত্যন্ত উপকাৰি ফল । ই শৰীৰৰ প্ৰত্যেক অংগত ৰক্ত সন্সালনত সহায় কৰে ।যাৰ বাবে শৰীৰৰ অংগ পতংগ বোৰ সুস্থ সবল হৈ থাকে ।কমলা হৃদযন্ত্ৰৰ বাবেও অত্যন্ত উপকাৰি । ৪)বিলাহীঃ- বিলাহিৰ ভিতৰত বহু ভিটামিন থাকে ।যেনে - ভিটামিন A আৰু ভিটামিন C। ভিটামিন C য়ে চালৰ উজ্জলতা বৃদ্বি কৰে আৰু ভিটামিন A দৃষ্টিশক্তিৰ বাবে অতি উপকাৰি । ৫)পালেং শাকঃ- এতিয়া...

বিধায়িনী দলৰ সভাত হিমন্ত বিশ্ব–সৰ্বানন্দ সোণোৱালক লৈ কি ক'লে কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে?

Image
মুখ্যমন্ত্ৰিকেন্দ্ৰিক চৰ্চাৰ অন্ত পেলাই বিধায়িনী দলৰ বৈঠকৰ সিদ্ধান্ত মৰ্মে বিধায়িনী দলপতি ৰূপে হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচিত হ'ল। ৰাষ্ট্ৰীয় অধ্যক্ষৰ নিৰ্দেশ আৰু নৱনিৰ্বাচিত বিধায়কৰ সন্মতিসাপেক্ষ এই সিদ্ধান্ত আছিল শ্বাসৰুদ্ধকৰ। এই সভাতে ভাগ লৈছিল কেন্দ্ৰৰো মন্ত্ৰী তথা জ্যেষ্ঠ নেতাই। উপস্থিত আছিল বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিং, কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰ আৰু বিজেপিৰ অসম প্ৰভাৰী বৈজয়ন্ত জয়পাণ্ডা। মুখ্যমন্ত্ৰীকেন্দ্ৰিক বিষয়টোত আৰম্ভণিৰে পৰা এক বিশেষ ভূমিকা পালন কৰি আহিছিল কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ সিং টোমাৰে। বিধায়িনী দলৰ সভাত নিজ ভাষণত কয়– 'শপত গ্ৰহণৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হ'ব ড০ হিমন্ত বিশ্ব শৰ্মা। সকলোৱে বহু দিনৰ পৰা কৰি থকা প্ৰতীক্ষাৰ অন্ত পৰিল। এই প্ৰক্ৰিয়া সমাপ্ত কৰাৰ বাবে সকলোকে ধন্যবাদ। বিগত বৰ্ষত মন্ত্ৰী হিচাপে কাম কৰি আছিল হিমন্ত বিশ্ব শৰ্মাই আৰু আজি মুখ্যমন্ত্ৰী হোৱাৰ সৌভাগ্য লাভ কৰিছে।  মই এই কথা গৰ্বিত হৈ ক'ব পাৰোঁ যে বিগত পাছ বছৰত বিজেপিৰ কাম-কাজ অসমত দ্ৰুতগতিত ...

কৰ'ণাৰ পাছত চীনৰ বাবে পুনৰ ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে বিশ্ব ।

Image
কৰ'ণাৰ পাছত পুণৰ ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে বিশ্ব। যিকোনো মুহূৰ্তত  পৃথিৱীৰ বুকুত সৰি পৰিব পাৰে  চীনা ৰকেটৰ অংশ।মহাকাশত  লং মাৰ্চ  5 বি  ৰকেটৰ ওপৰত চীনে  হেৰুৱাইছে নিয়ন্ত্ৰ্ণ । ২৯  এপ্ৰিলত চীনে উৎক্ষেপন কৰিছিল ২১ টন ওজনৰ ৰকেটটো ।নিয়ন্ত্ৰণ হেৰুৱা বাবে ভাঙি মহাকাশত বিয়পি পৰিছে ৰকেটটো । যিকোনো  মুহূৰ্তত খহি পৰিব পাৰে ৰকেটটোৰ ১০০ ফুট দৈৰ্ঘৰ অংশ । পৃথিৱীৰ  যিকোনো  ঠাইত ৰকেটৰ টুকুৰাটো পৰিলে হ'ব পাৰে ভয়ংকৰ বিপদ । ১৮০০০ মাইল প্ৰ্তি ঘ্ন্টা  বেগত পৃথিৱীৰ দিশে গতি কৰাৰ তথ্য । ৮ মে'ত পৃথিৱীৰ বায়ুমণ্ঢ্লত প্ৰৱেশ কৰাৰ আশ্ংকা ৰকেটৰ টোকোৰাটো । নিউয়ৰ্ক ;মাদ্ৰিছ ; বেইজিং ; চিলি; নিউজিলেনডত ক্ষতি কৰাৰ আশংকা ।

নিৰ্বাচনত পৰাজয় বৰন কৰি বিধায়িকা অঙুৰ লতাৰ ফেচবুকত আৱেগিক পোষ্ট ।

Image
 নিৰ্বাচনত পৰাজয় বৰন কৰি বিধায়িকা অঙুৰ লতাৰ ফেচবুকত আৱেগিক পোষ্ট ।   গতানুগতিক ভাৱেই এইবাৰৰ বিধানসভা নিৰ্বাচন পাৰ হৈ গ'ল কিন্তু এই নিৰ্বাচনে জীৱনটোক উপলব্ধি কৰিব পৰাকৈ মোক বহু নতুন অভিজ্ঞতা দি গ'ল৷  প্ৰণিধানযোগ্য যে নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পৰা বৰ্তমানলৈকে বিগত দিন কেইটাত মোৰ শুভাকাংক্ষী, অনুৰাগী, পৰামৰ্শদাতা তথা অভিভাৱক, আলোচক, সমালোচক সকলৰ অভূতপূৰ্ব আঙুৰলতা কেন্দ্ৰীক চৰ্চা দেখি মই অভিভূত হৈছোঁ৷ ইমান ব্যাপক সঁহাৰি মই কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ৷ মোৰ বাবে অতিবাহিত কৰা তেওঁলোকৰ এই বহুমূলীয়া সময়বোৰ মোৰ বাবেও অত্যন্ত মূল্যবান হৈ পৰিছে৷ মোৰ জয় পৰাজয়ে যে গৰিষ্ঠ সংখ্যকৰ মন মগজুত ক্ৰিয়া কৰে সেইয়া মোৰ জীৱনৰ এক অনন্য উপলব্ধি৷  মোৰ এই উপলব্ধি বোৰ মোৰ দৃষ্টিত প্ৰাসংগিক৷ কাৰণ ২০১৬ চনত বটদ্ৰৱাৰ বিধায়িকা হিচাপে নিৰ্বাচিত হৈ বটদ্ৰৱাৰ ভূমি বেদখলমুক্ত কৰি তাত বটদ্ৰৱা প্ৰকল্প নিৰ্মাণৰ শুভাৰম্ভনি কৰাৰ বেলাও চচিয়েল মিডিয়াত ইমান মতামত( বৰ্তমানলৈকে ২০ হাজাৰৰ অধিক) আৰু চৰ্চা লাভ কৰা নাছিলোঁ যিমান আজিৰ নিৰ্বাচনী পৰাজয়ত লাভ কৰিছোঁ৷ ই গঠনমূলক ভাৱে মোৰ মনোবল আৰু সাহস যথেষ্ট বৃদ্ধি ...

ধূলি আৰু গৰমৰ বাবে চকুৰ পোৰণি হৈছে নেকি? ইয়াৰ কেইবাটাও ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে জানো আহক...

Image
 চকু জ্বলা-পোৰাৰ ঘৰুৱা প্ৰতিকাৰ: বৰ্তমান গৰম ইয়াৰ চৰম সীমাত আছে। উজ্জ্বল সূৰ্যৰ পোহৰে কেতিয়াবা আমাৰ চকু ভাগৰুৱা কৰে আৰু চকুৰ জ্বলা-পোৰা কৰে (Burning Eyes)। তীব্ৰ সূৰ্যৰ পোহৰ, প্ৰদূষণ, গৰম বতাহে আমাৰ চকুত পোনপটীয়া প্ৰভাৱ পেলায়। তদুপৰি, ঘৰত ঘন্টাৰ পিছত ঘণ্টা লেপটপৰ সন্মুখত কাম কৰি থকা লোকসকলে এই সমস্যাটো দেখাটো সচৰাচৰ হয়। সূৰ্যৰ পোহৰ আৰু নীলা ৰশ্মিৰ ফলত চকুত অতি বেয়া প্ৰভাৱ পৰে যাৰ ফলত চকুত জ্বলা-পোৰা আৰু খজুৱতি হয়। কেতিয়াবা ই মূৰৰ বিষো সৃষ্টি কৰে আৰু আমাক ভাগৰুৱা অনুভৱ কৰায়। এই ক্ষেত্ৰত, আপোনাৰ চকুৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ। গতিকে ঘৰত থাকোঁতে আমাৰ চকুৰ জ্বলা-পোৰা প্ৰশমিত কৰিবলৈ কি ঘৰুৱা প্ৰতিকাৰ (Home Remedies) গ্ৰহণ কৰিব পাৰি জানো আহক। যদি চকুত তীব্ৰ জ্বলা-পোৰা হয়, কুহুমীয়া পানীৰে প্ৰথমে চকু ধুব। চকুৰ প্ৰদাহ আৰু শুস্কতা আৰোগ্য কৰিব পাৰি। আপুনি গোটেই দিনটোত কেইবাবাৰো চকুত গৰম সেক দিব পাৰে। ইয়াৰ বাবে, গৰম পানীত কাপোৰ এখন তিয়াই দিয়ক আৰু ইয়াক চেপি দিয়ক। ইয়াৰ পিছত চকু বন্ধ কৰি সেক দি থাকক। এইটো দিনত কেইবাবাৰো কৰিব। ৩. বেবী চেম্পু ব্যৱহাৰ কৰক কুহুমীয়া পানীত বেবী চেম্প...

কাইলৈৰ পৰা ৰাজ্যত কভিডৰ নতুন নিয়ম। কি কি পালন কৰিব লাগিব ৰাজ্যবাসীয়ে ?

Image
 কাইলৈৰ পৰা ৰাজ্যত কভিডৰ  নতুন নিয়ম। কি কি নিয়ম পালন কৰিব লাগিব ৰাজ্যবাসীয়ে ?প্ৰ্কাশ পালে নতুন নিৰ্দ্দেশনা ।  ৫  মে' ৰতিপুুৱা ৫ বজাৰ পৰা বলৱৎ নতুন নিৰ্দ্দেশনা  । কি কি আছে নিৰ্দ্দেশনাতঃঃ    ১)দূপৰীয়া ২ বজাৰ পিছত বন্ধ থাকিব সকলো ব্যৱসায় প্ৰতিষ্ঠান। ২)নাইট কাৰ্ফিউৰ ক্ষেত্ৰ্তো থাকিব বাধ্য বাদকতা;জৰুৰী সেৱাৰ বাদে বন্ধ থাকিব সকলো সেৱা । ২) কোনো ধৰণৰ সমাবেশ কৰিব নোৱাৰিব। ৩)বিৱাহপাহত ২০ জনতকৈ অধিক লোক থাকিব নোৱাৰিব । ৪) ধৰ্মীয় ঠাইত ৫ জনতকৈ অধিক লোকে সমাৱেশ কৰিব নোৱাৰিব । ৪) অন্তেস্তিক্ৰিয়াত ২০ জনতকৈ অধিক লোকে সমাৱেশ কৰিব নোৱাৰিব।